সৰু সৰু সুখবোৰ খেল কিছুমানৰ জৰিয়তেই বিলাবলৈ চেষ্টা কৰিছো।

9:05

হাঁহি বিৰিঙাবলৈ লৈ আহিলো এইবাৰ এনেকুৱা এটা Gift Box

7:13

কোনে কি বাধ্যত পৰি খুজি খাবলগীয়া অৱস্থাত পৰে কোনো নাজানে তথাপিও প্ৰয়োজনীয়তকৈ বেছি একো নিবিচাৰে

7:27

টিৰপালেৰে ঢাকি ৰখা ঘৰত থাকে এহাল ককা-আইতা গছৰ ডাল আৰু ফটা কাপোৰ আদিৰে মেৰিয়াই সাজি লৈছে এটা লেট্ৰিন

8:06

হাহিঁ-ধেমালি আৰু ফুৰ্তিৰ এই খেলৰ জৰিয়তে তেওঁলোকৰ মুখত হাঁহি বিৰিঙাব পাৰি খুবেই ভাল লাগিছে।

4:07

পত্নীক নজনা কাম কেনেকৈ শিকাব।

9:34

হঠাতেই লগ পোৱা ব্যক্তি কিছুমানে বহুতো কথা শিকাই থৈ যায়।

12:37

চকুৰে দেখা নাপাই আৰু কাণেৰেও শুনা নাপাই ৭৫ বছৰীয়া এজন ককা তথাপিও ঝাৰু বিক্ৰী কৰিবলৈ উলাই আহিছে

15:42

১০ হাজাৰ পিঠা বনালে হৰ্ষিতাই.. অকলে বনালে ডাঙৰ ভেলাঘৰ, চাওঁক হৰ্ষিতাৰ ঘৰখনৰ পৰিৱেশ