কম বয়সতেই ঘৰৰ সকলোবোৰ দায়িত্ব লৈছে। কামৰ মাজতেই পঢ়া-শুনা কৰে আৰু তাইৰ সপোন এগৰাকী নাৰ্চ হোৱাৰ।